1. Pret prohori
Pret prohori
-
- Thalia Hörbuch-Abo ab 0,00 €* ausgewählt
- Einzelkauf Download
-
Sprache:Assamesisch
* im Probemonat gratis danach 7,95 €/Monat
Im Hörbuch-Abo laden
- Monatlich einen Titel wählen & behalten
- Jederzeit pausieren oder kündigen
- Weitere Hörbücher im Abo für max. 7,95 €
Beschreibung
Produktdetails
Family Sharing
Ja
Gesprochen von
Aichengfa BaruahSpieldauer
3 Stunden und 13 Minuten
Abo-Fähigkeit
Ja
Erscheinungsdatum
04.03.2023
Hörtyp
Lesung
Fassung
ungekürzt
Medium
MP3
Anzahl Dateien
12
Verlag
Storyside INSprache
Assamesisch
EAN
9789354836510
প্ৰথম উপন্যাসখনিত বৰ্ণিত হৈছে পুণ্যতীৰ্থ হিমালয়ৰ শুভ্ৰ বৰফৰ ওপৰত লাগি থকা ৰঙা তেজৰ কথা...শীতল মৃত্যুৰ কথা ! মৃত্যুৰ বিভীষিকা প্ৰতি পদে পদে অভিযাত্ৰী দলটোৰ...! উদ্বেগ, উত্কণ্ঠা প্ৰতি খোজত...!অজান আতংক আৰু ভয়াল শিহৰণে কঁপাই তুলিছিল অভিযাত্ৰী অশোক, কণিষ্ক, সিদ্ধাৰ্থ, সমুদ্ৰ, বিক্ৰম আৰু বন্দনাক। হিমালয়ৰ এই যাত্ৰাত কেনেকৈ তেওঁলোকৰ মাজৰ পৰা এজন এজনকৈ বন্ধুৱে প্ৰাণ হেৰুৱাব লগা হয় তাৰেই শিহৰণকাৰী বৰ্ণনা লেখকে দি গৈছে। কিন্তু অশোকৰ পত্নী বন্দনাৰ অৱশেষত কি হয়গৈ, সেইকথা জানিবলৈ আপোনালোকে শুনিব লাগিব উপন্যাসখনি।
'আঁউসীৰ আততায়ী' ত লেখকে সৰোজ আৰু সাগৰিকাৰ এক কৰুণ তথা শিহৰণকাৰী কাহিনী বৰ্ণনা কৰিছে। য'ত সৰোজে গৰ্ভৱতী ভগ্নী সাগৰিকাক তাইৰ স্বামী অম্বৰৰ কৰ্মস্থলী বাণশিৰীলৈ থ'বলৈ আহোঁতে মুখামুখী হোৱা ভয়ানক তথা ৰহস্যময় অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিছে। সেইনিশা অাঁউসী আছিল...বাণশিৰীলৈ যোৱাৰ পথতেই সাগৰিকা আৰু সৰোজে যি এক গা শিৰশিৰাই যোৱা মৃত্যু বিভীষিকাময় অভিজ্ঞতাৰ সন্মুখীন হৈছিল সেইকথা পাঠকসকলে উপন্যাসখনি পঢ়িলেহে অনুভৱ কৰিব পাৰিব!
গতিকে আহক আমি সকলোৱে একেলগে শুনোঁ 'ষ্টৰীটেল অসমীয়া'ত উপলব্ধ ৰঞ্জু হাজৰিকাদেৱৰ 'প্ৰেত প্ৰহৰী' শীৰ্ষক উপন্যাসখন...ধন্যবাদ ।
Kundinnen und Kunden meinen
Verfassen Sie die erste Bewertung zu diesem Artikel
Helfen Sie anderen Kund*innen durch Ihre Meinung
Kurze Frage zu unserer Seite
Vielen Dank für Ihr Feedback
Wir nutzen Ihr Feedback, um unsere Produktseiten zu verbessern. Bitte haben Sie Verständnis, dass wir Ihnen keine Rückmeldung geben können. Falls Sie Kontakt mit uns aufnehmen möchten, können Sie sich aber gerne an unseren Kund*innenservice wenden.
zum Kundenservice